চিনচিন য়া

চিন মা (Deori) [ Roman: chin.ma]
Contributed by: Barnali Deuri Bora on 2010-11-08
1. (Verbal Noun) The manner in which someone is greeted. ঘৰলৈ বা আন কোনো অনুষ্ঠানলৈ অহা মানুহক কৰা সম্ভাষণ |

Contributed by: Barnali Deuri Bora on 2010-11-08
2. (Verb-Trans.) Close and formal questioning of a person, esp. those suspected of being involved in a crime কোনো ব্যক্তিক একান্ত আৰু আনুষ্ঠানিকভাৱে প্ৰশ্ন কৰ্, বিশেষকৈ যিসকলক কোনো অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰা হয়।